பொருள் : উচ্ছন্ন বা নষ্ট হোৱা
எடுத்துக்காட்டு :
ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
ஒத்த சொற்கள் : অনিষ্ট কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নষ্ট কৰা, নাশ কৰা, বিনাশ কৰা
பொருள் : বহুত সস্তা দামত বিক্রী কৰা
எடுத்துக்காட்டு :
মদাহীটোৱে নিজৰ মাটি সস্তাত বিক্ৰী কৰিলে
ஒத்த சொற்கள் : সস্তাত বিক্ৰী কৰা
பொருள் : মানৱ বিহীন হোৱা
எடுத்துக்காட்டு :
ধুমুহা বৰষুণে ভালেমান বস্তি উছন কৰিলে