பொருள் : উৎপন্ন হোৱা
எடுத்துக்காட்டு :
যেতিয়াই পইচাৰ কথা উঠিল, তেখেতসকলে তেতিয়াই পিছ হুহকিলে
ஒத்த சொற்கள் : অহা
பொருள் : কাম-বন শেষ হোৱা
எடுத்துக்காட்டு :
সভাখন উঠি গʼল বজাৰ উঠি গʼল
ஒத்த சொற்கள் : উঠি যোৱা, শেষ হোৱা, সমাপ্ত হোৱা
பொருள் : হিচাপত অহা বা সোমোৱা এক অৱস্থা
எடுத்துக்காட்டு :
এক কিলোত মাত্র পাঁচটা আম উঠিল
பொருள் : তলৰ পৰা ওপৰৰফালে যোৱা
எடுத்துக்காட்டு :
ককা-দেউতাই এতিয়াও আনন্দেৰে খটখটিত উঠিব পাৰে
ஒத்த சொற்கள் : বগোৱা
பொருள் : ঠেং বা ভৰিত ভৰ দি শৰীৰ পোন কৰা কার্য:নেতাজীয়ে ভাষণ দিবলৈ উঠিলে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : থিয় হোৱা
பொருள் : প্রথমৰ পৰাই অধিক উচ্চতাত থকা এক স্থিতি
எடுத்துக்காட்டு :
পঢ়াশালিৰ ভেটি কমৰলৈকে উঠিছে
ஒத்த சொற்கள் : ওখ হোৱা
பொருள் : কোনো চিহ্ন আদি ওলাই অহা
எடுத்துக்காட்டு :
অতিপাত গৰমৰ কাৰণে গোটেই গাতে ঘামচি উঠিছে
பொருள் : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
எடுத்துக்காட்டு :
কালিৰ পৰা গাইজনী জাগিছে
ஒத்த சொற்கள் : জাগা
பொருள் : পদ, মর্যাদা, বর্গ আদিত আগ বঢ়া
எடுத்துக்காட்டு :
নিজৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে তেওঁ একেবাৰতে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রণীলৈ উঠিলে
பொருள் : মনলৈ অহা বা ধ্যানত উদয় হোৱা
எடுத்துக்காட்டு :
মোৰ মনত এই কথাটো উঠিছে যে আজিকালি মীনা স্কুললৈ কিয় নাহে ?
பொருள் : ওপৰলৈ যোৱা বা বগোৱা
எடுத்துக்காட்டு :
সূর্য ্লাহে-লাহে উঠি আছে
பொருள் : তলৰ পৰা ওপৰলৈ অনা কার্য
எடுத்துக்காட்டு :
তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে
ஒத்த சொற்கள் : উঠোৱা