பொருள் : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া
எடுத்துக்காட்டு :
ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে
பொருள் : কিছু সময় ওপৰলৈ ধৰি থকা
எடுத்துக்காட்டு :
তেওঁ ্বোজাটো মূৰত উঠালে
பொருள் : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
எடுத்துக்காட்டு :
তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
ஒத்த சொற்கள் : উঠাই দিয়া
பொருள் : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা
எடுத்துக்காட்டு :
মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়
ஒத்த சொற்கள் : জগোৱা
பொருள் : (সংগীত) স্বৰ তীব্র কৰা
எடுத்துக்காட்டு :
গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে
ஒத்த சொற்கள் : তোলা
பொருள் : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা
எடுத்துக்காட்டு :
তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়
பொருள் : স্থান ত্যাগ কৰা
எடுத்துக்காட்டு :
তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে
பொருள் : কাৰোবাক অধিক গুৰুত্ব দিয়া
எடுத்துக்காட்டு :
মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে
பொருள் : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা
எடுத்துக்காட்டு :
দেউতাই মোক ঝুলনাত উঠালে
பொருள் : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
எடுத்துக்காட்டு :
চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে
ஒத்த சொற்கள் : বহুওৱা
பொருள் : তলৰ পৰা ওপৰলৈ অনা কার্য
எடுத்துக்காட்டு :
তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে
ஒத்த சொற்கள் : উঠা
பொருள் : উঠিবলৈ প্ৰবৃত্ত কৰা
எடுத்துக்காட்டு :
চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
ஒத்த சொற்கள் : উঠাই দিয়া
பொருள் : বহী, কাগজ আদিত লিখা
எடுத்துக்காட்டு :
মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে
ஒத்த சொற்கள் : উঠাই থোৱা