உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : উষ্ণ হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு : গৰমৰ দিনত উষ্ণতা বৃদ্ধি পায়
ஒத்த சொற்கள் : উমাজাল, উষ্ণতা, তাপ
பொருள் : বিজুলী, জুই বা প্রাকৃতিকভাৱে উৎপন্ন হোৱা এবিধ শক্তি, যাৰ প্রভাৱত বস্তু গৰম হয়, গলে বা ভাপ হৈ উৰি যায় আৰু যাৰ পৰা গৰম বা জ্বলা-পোৰা অনুভৱ কৰা যায়:তাপত হাত পুৰি গৈছে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : উমাজাল, উষ্ণতা, উষ্ণত্ব, তাপ
பொருள் : শৰীৰত জ্বলা-পোৰা কৰা এক প্রকাৰৰ ৰোগ যাৰ বাবে কেতিয়াবা কেতিয়াবা শৰীৰত কিছুমান দানা সদৃশ গুটিও ওলায়
எடுத்துக்காட்டு : তেওঁ ইষদোষ্ণতাত ভুগিছে
ஒத்த சொற்கள் : ইষদোষ্ণতা, উষ্ণতা
நிறுவு