பொருள் : উত্তৰ দিশত পৰা প্রদেশ বা ৰাজ্য
எடுத்துக்காட்டு :
মহেশ উত্তৰৰ বাসিন্দা
பொருள் : কোনো প্রশ্ন বা কথা শুনি তাৰ সমাধানৰ কাৰণে কোৱা কথা
எடுத்துக்காட்டு :
আপুনি মোৰ প্রশ্নৰ উত্তৰ দিয়া নাই
ஒத்த சொற்கள் : জবাব
பொருள் : দক্ষিণ দিশৰ সন্মুখৰফালৰ দিশ:ভাৰতৰ উত্তৰ দিশত হিমালয় পর্বত প্রহৰীৰদৰে থিয় দি আছে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : উত্তৰ দিশ
பொருள் : শূন্যৰ পৰা তিনিশ ষাঠি ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
எடுத்துக்காட்டு :
উত্তৰ সদায় উত্তৰ দিশৰ ফালেই থাকে