பொருள் : উত্তৰকালৰ সৈতে সম্বন্ধিত
எடுத்துக்காட்டு :
তেওঁৰ ্ উত্তৰকালীন সাহিত্যত ৰুচি নাই
ஒத்த சொற்கள் : উত্তৰ কালৰ, ভাবীকালৰ
பொருள் : ভৱিষ্যত কালত হʼবলগীয়া
எடுத்துக்காட்டு :
আমি ভৱিষ্যতকালৰ আঁচনিৰ ৰূপৰেখা প্রস্তুত কৰি লোৱা উচিত
ஒத்த சொற்கள் : অনাগত, ভাবী, ভৱিতব্য, ভৱিষ্যতকালীন, ভৱিষ্যতকালৰ