பொருள் : যিজন বহল হৃদয়ৰ
எடுத்துக்காட்டு :
উদাৰ ৰজাই নিজৰ ৰাজপাট দান কৰি বনলৈ গুচি গʼল
ஒத்த சொற்கள் : উদাৰচেতা, উদাৰচেতীয়া, দিলদাৰ
பொருள் : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
எடுத்துக்காட்டு :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
ஒத்த சொற்கள் : অকপট, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে