பொருள் : উৎসাহ নোহোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
নিৰুৎসাহৰ কাৰণে মই এই কামটো কৰিব নোৱাৰিলোঁ
ஒத்த சொற்கள் : অনুৎসাহ, উৎসাহহীনতা, নিৰুৎসাহ
பொருள் : উদ্যম বা পৰিশ্রমৰ অভাৱ
எடுத்துக்காட்டு :
মেচিনৰ যুগত পৰিশ্রমহীনতাৰ প্রকোপ দিনে দিনে বাঢ়ি গৈ আছে
ஒத்த சொற்கள் : অনুদ্যম, পৰিশ্রমহীনতা