பொருள் : মগজুৰ বিকৃতি ঘটা
எடுத்துக்காட்டு :
চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে
ஒத்த சொற்கள் : অলিয়া-বলিয়া, উন্মাদ, পগলা, পাগল, বলিয়া, বলিয়া-বতীয়া, বাউল, বাতুল
பொருள் : সি কাবু হৈ নাথাকে
எடுத்துக்காட்டு :
উন্মত্ত হাতীটোক ধৰাৰ প্রয়াস চলি আছে