பொருள் : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য
எடுத்துக்காட்டு :
ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি
ஒத்த சொற்கள் : পোৱা
பொருள் : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা
எடுத்துக்காட்டு :
অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি
ஒத்த சொற்கள் : পোৱা
பொருள் : অভিপ্রায় বা আশয় বুজি পোৱা
எடுத்துக்காட்டு :
মই অতি কষ্ট কৰিহে এই কথালৈকে আহি উপনীত হৈছোঁ