உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা
எடுத்துக்காட்டு : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক
ஒத்த சொற்கள் : পথ, পন্থা, মার্গ, ্সাধন
பொருள் : সন্মুখলৈ অহা দুটাতকৈ অধিক এনেকুৱা কথা বা কাম যাৰ ভিতৰত যিকোনো এটাকহে নিজৰ কাৰণে গ্রহণ কৰা হয়
எடுத்துக்காட்டு : ৰোগীজনক বেলেগ হস্পিতেললৈ নিয়াৰ বাহিৰে কোনো উপায় নাছিল
ஒத்த சொற்கள் : বিপল্প
பொருள் : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : চল, দাও, বাট, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা
நிறுவு