பொருள் : মিলি থকা বা কʼৰবাত লাগি থকা বস্তু পৃথক কৰা
எடுத்துக்காட்டு :
তেওঁ ্মৌচাকৰ পৰা মৌজোল উলিয়াই আছে
பொருள் : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা
எடுத்துக்காட்டு :
কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে
ஒத்த சொற்கள் : আঁতৰোৱা, আঁ্তৰাই দিয়া, উলিয়াই দিয়া
பொருள் : কথা আদিৰ আৰম্ভ কৰা
எடுத்துக்காட்டு :
কথাই কথাই তেওঁ মনোজৰ বিয়াৰ কথা উলিয়ালে
ஒத்த சொற்கள் : আৰম্ভ কৰা
பொருள் : স্থান, স্বামিত্ব, অধিকাৰ,পদ আদিৰ পৰা পৃথক কৰা
எடுத்துக்காட்டு :
মালিকে ৰহমানক চাকৰিৰ পৰা উলিয়াই দিলে
ஒத்த சொற்கள் : বাহিৰ কৰা
பொருள் : জাৰি কৰা বা উপল্্ব্ধ কৰা কার্য
எடுத்துக்காட்டு :
চৰকাৰে নতুন ডাক টিকট উলিয়ালে
பொருள் : ভিতৰত সোমোই থকা কোনো বস্তু বাহিৰ কৰা কার্য
எடுத்துக்காட்டு :
নাপিতজনে ভৰিৰ ্কাঁইটডাল উলিয়ালে
பொருள் : লৈ যোৱা
எடுத்துக்காட்டு :
বৰদেউতাই নিজৰ একমাত্র পুত্রৰ বিয়া বৰ উলহ মালহেৰে উলিয়ালে
பொருள் : কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰি উলিওৱা
எடுத்துக்காட்டு :
টাটাই গাড়ীৰ চাৰিটা মডেল উলিয়াইছে
ஒத்த சொற்கள் : আৱিষ্কৃত কৰা
பொருள் : কোনো বস্তুৰ মাজত পৰা বা সোমাই থকা বস্তু বাহিৰ কৰা
எடுத்துக்காட்டு :
তেওঁ ্গাখীৰত পৰি থকা মাখিটো উলিয়ালে
பொருள் : বাহিৰ কৰা
எடுத்துக்காட்டு :
তেওঁ নিজৰ মদাহী ভায়েকক ঘৰৰ পৰা উলিয়ালে
பொருள் : বিচাৰি সন্মুখত ৰখা কার্য
எடுத்துக்காட்டு :
পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
ஒத்த சொற்கள் : হস্তগত কৰা
பொருள் : অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ
எடுத்துக்காட்டு :
এডিচনে বিজুনী চাকি আৱিষ্কাৰ কৰিছিল
ஒத்த சொற்கள் : আৱিষ্কাৰ কৰা