பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து উলিওৱা என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

উলিওৱা   ক্ৰিয়া

பொருள் : মিলি থকা বা কʼৰবাত লাগি থকা বস্তু পৃথক কৰা

எடுத்துக்காட்டு : তেওঁ ্মৌচাকৰ পৰা মৌজোল উলিয়াই আছে

பொருள் : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

எடுத்துக்காட்டு : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

ஒத்த சொற்கள் : কঢ়া, বঢ়া

பொருள் : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা

எடுத்துக்காட்டு : কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে

ஒத்த சொற்கள் : আঁতৰোৱা, আঁ্তৰাই দিয়া, উলিয়াই দিয়া

பொருள் : কথা আদিৰ আৰম্ভ কৰা

எடுத்துக்காட்டு : কথাই কথাই তেওঁ মনোজৰ বিয়াৰ কথা উলিয়ালে

ஒத்த சொற்கள் : আৰম্ভ কৰা

பொருள் : স্থান, স্বামিত্ব, অধিকাৰ,পদ আদিৰ পৰা পৃথক কৰা

எடுத்துக்காட்டு : মালিকে ৰহমানক চাকৰিৰ পৰা উলিয়াই দিলে

ஒத்த சொற்கள் : বাহিৰ কৰা

பொருள் : জাৰি কৰা বা উপল্্ব্ধ কৰা কার্য

எடுத்துக்காட்டு : চৰকাৰে নতুন ডাক টিকট উলিয়ালে

பொருள் : ভিতৰত সোমোই থকা কোনো বস্তু বাহিৰ কৰা কার্য

எடுத்துக்காட்டு : নাপিতজনে ভৰিৰ ্কাঁইটডাল উলিয়ালে

பொருள் : লৈ যোৱা

எடுத்துக்காட்டு : বৰদেউতাই নিজৰ একমাত্র পুত্রৰ বিয়া বৰ উলহ মালহেৰে উলিয়ালে

பொருள் : কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰি উলিওৱা

எடுத்துக்காட்டு : টাটাই গাড়ীৰ চাৰিটা মডেল উলিয়াইছে

ஒத்த சொற்கள் : আৱিষ্কৃত কৰা

பொருள் : কোনো বস্তুৰ মাজত পৰা বা সোমাই থকা বস্তু বাহিৰ কৰা

எடுத்துக்காட்டு : তেওঁ ্গাখীৰত পৰি থকা মাখিটো উলিয়ালে

பொருள் : বাহিৰ কৰা

எடுத்துக்காட்டு : তেওঁ নিজৰ মদাহী ভায়েকক ঘৰৰ পৰা উলিয়ালে

பொருள் : বিচাৰি সন্মুখত ৰখা কার্য

எடுத்துக்காட்டு : পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে

ஒத்த சொற்கள் : হস্তগত কৰা

பொருள் : অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ

எடுத்துக்காட்டு : এডিচনে বিজুনী চাকি আৱিষ্কাৰ কৰিছিল

ஒத்த சொற்கள் : আৱিষ্কাৰ কৰা