பொருள் : নাক বা মুখেৰে প্রাণীয়ে বতাহ শৰীৰৰ ভিতৰলৈ সুমুওৱা কার্য
எடுத்துக்காட்டு :
শ্বাস আৰু প্রশ্বাস শ্বসন ক্রিয়াৰ এক অবিচ্ছেদ্য অংগ
ஒத்த சொற்கள் : শ্বাস
பொருள் : প্রাণীয়ে নাক বা মুখেৰে শৰীৰৰ ভিতৰলৈ সুমুৱাই নিয়া বতাহ
எடுத்துக்காட்டு :
উশাহত অক্সিজেনৰ পৰিমাণ অধিক থাকে
ஒத்த சொற்கள் : শ্বাস