பொருள் : বতাহত ওপৰলৈ উঠি যোৱা বা বিয়পি যোৱা
எடுத்துக்காட்டு :
আকাশত ৰং-বিৰঙৰ চিলা উৰি আছে
ஒத்த சொற்கள் : উৰি থকা
பொருள் : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : উৰি থকা
பொருள் : স্থলত চলাচল কৰা বস্তুৰ অতি বেগেৰে চলোৱা কার্য
எடுத்துக்காட்டு :
চাবুকৰ কোব খোৱাৰ লগে লগেই ঘোঁৰাটো উৰিল
பொருள் : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
எடுத்துக்காட்டு :
মেজত থোৱা কিতাপখন কʼত হেৰাল
ஒத்த சொற்கள் : হেৰোৱা
பொருள் : ৰং , চমক আদি শেতা পৰি যোৱা এক অৱস্থা
எடுத்துக்காட்டு :
এবাৰ ধোৱনতে কাপোৰৰ ৰং উৰি যায়
ஒத்த சொற்கள் : উৰি যোৱা
பொருள் : বতাহত ইফাল-সিফাল হৈ পৰা
எடுத்துக்காட்டு :
ধুমুহা অহাৰ কাৰণে শস্যৰ ভঁ্ৰালত ৰখা ভুচিখিনি উৰিল
ஒத்த சொற்கள் : উৰি যোৱা
பொருள் : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : পিন্ধা, পৰিধান কৰা, লোৱা