பொருள் : সংখ্যা লিখাৰ ক্রমত সেই অন্তিম স্থান যʼত ন বা তাতকৈ কম সূচক অংক লিখা হয়
எடுத்துக்காட்டு :
সাতশ তেইশ (৭২৩)-ক তিনিটা একক স্থানত লিখা হয়
ஒத்த சொற்கள் : একক স্থান
பொருள் : গণনা বা সংখ্যাত এক হোৱাৰ অৱস্থা বা ভাৱ
எடுத்துக்காட்டு :
বাৰত দুটা একক আৰু এটা দহক থাকে
பொருள் : কোনো প্রকাৰৰ স্বতন্ত্র বর্গ ্বা সমূহৰ এনেকুৱা এক অংগ বা ভাগ যাক পৃথক ভাৱে বিশ্লেষণ কৰিব পৰা যায়
எடுத்துக்காட்டு :
আমাৰ সমাজখন বহুতো সৰু-বৰ নৃগোষ্ঠীয় এককেৰে গঠিত
பொருள் : কেৱল এটাৰ সৈতে সম্বন্ধ ৰাখোঁতাজন বা যʼত কেৱল এজনেই থাকে
எடுத்துக்காட்டு :
এইটো একক প্রণালী