உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : সঞ্চিত বা একত্রিত কৰা
எடுத்துக்காட்டு : তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
ஒத்த சொற்கள் : গোটোৱা, জমা কৰা, সংগ্রহ কৰা, সঞ্চিত কৰা
பொருள் : বিচ্ছুৰিত বা সিঁচৰতি হৈ থকা বস্তুবোৰক কোনো এক ঠাইলৈ অনা বা একগোট কৰা
எடுத்துக்காட்டு : খেতিয়কে সিঁচৰতি হৈ থকা শস্যবোৰ গোটালে
ஒத்த சொற்கள் : একগোট কৰা, গোটোৱা
நிறுவு