பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து এৰা என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

এৰা   বিশেষ্য

பொருள் : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য

எடுத்துக்காட்டு : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে

ஒத்த சொற்கள் : ত্যাগ, পৰিত্যাগ

பொருள் : এক উদ্ভিদ যাৰ ফলৰ পৰা তেল উলিওৱা হয়

எடுத்துக்காட்டு : এৰাৰ ফল কাঁইটীয়া হয়

ஒத்த சொற்கள் : এৰণ্ড

பொருள் : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য

எடுத்துக்காட்டு : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল

ஒத்த சொற்கள் : উৎসর্গ, ত্যাগ, পৰিত্যাগ

এৰা   ক্ৰিয়া

பொருள் : কোনো কাৰণত কোনো কাম নকৰা

எடுத்துக்காட்டு : মই দ্বিতীয় আৰু পঞ্চম প্রশ্নটো এৰিলোঁ

ஒத்த சொற்கள் : এৰি দিয়া

பொருள் : ব্যৱহাৰ বা সেৱন নকৰা

எடுத்துக்காட்டு : মোহনে দুমাহ আগতেই মদ এৰিলে

ஒத்த சொற்கள் : ত্যাগ কৰা

பொருள் : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা

எடுத்துக்காட்டு : তেওঁ ্মোক মেলাতে এৰিলে

ஒத்த சொற்கள் : এৰি দিয়া

பொருள் : কোনো ঠাইৰ পৰা আঁ্তৰা বা প্রস্থান কৰা

எடுத்துக்காட்டு : ৰেলগাড়ীয়ে ষ্টেচন এৰিলে

பொருள் : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য

எடுத்துக்காட்டு : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল

ஒத்த சொற்கள் : আঁতৰি যোৱা, এৰি দিয়া, ত্যাগ কৰা

பொருள் : ধ্যান নিদিয়া বা গণনা নকৰা

எடுத்துக்காட்டு : বৰষুণৰ দিনকেইটাৰ বাদে ইয়াত গোটেই বছৰ জুৰি ্ পর্যটকৰ ্ লানি লাগি থাকে

ஒத்த சொற்கள் : বাদ দিয়া

பொருள் : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

எடுத்துக்காட்டு : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

ஒத்த சொற்கள் : থামা, বন্ধ হোৱা, ৰৈ যোৱা, ৰোৱা

এৰা   বিশেষণ

பொருள் : ওলাই যোৱা বা দলি মাৰি পঠোৱা

எடுத்துக்காட்டு : ধনুৰ পৰা এৰা কাঁড়পাতে পোনে-পোনে গৈ লক্ষ্য ভেদ কৰিলে