பொருள் : কোনো বস্তুৰ ভৰ, আকাৰ, মূল্য আদি
எடுத்துக்காட்டு :
এক বস্তা চাউলৰ ওজন প্রায় এশ কেজি
ஒத்த சொற்கள் : পৰিমাপ
பொருள் : যাৰ মহত্ত্ব আদি বেছি বা যʼত গুৰুত্ব আছে
எடுத்துக்காட்டு :
আমাৰ কথাতকৈ গুৰুৰ কথাৰ ওজন বেছি
ஒத்த சொற்கள் : গুৰুত্বপূর্ণ, মহত্ত্বপূর্ণ