பொருள் : পানীৰ ্ সোঁতত পৰি তাৰ সৈতে অনবৰতে গৈ থকা
எடுத்துக்காட்டு :
বানপানীত কিমান যে পশু উটি গৈছে
ஒத்த சொற்கள் : উটা, উটি যোৱা, উটি-ভাহি যোৱা, বৈ যোৱা, ভহা, ভাসমান হোৱা, ভাহি যোৱা
பொருள் : পানীৰ ওপৰলৈ অহা
எடுத்துக்காட்டு :
বানপানীত ডুবি মৰা মানুহৰ মৰাশবোৰ পানীত ওপঙিছে