பொருள் : কোনো কিতাপ আদি ছপা কৰি অনা
எடுத்துக்காட்டு :
তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে
ஒத்த சொற்கள் : প্রকাশিত হোৱা
பொருள் : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য
எடுத்துக்காட்டு :
তেওঁ কংগ্রেছৰ পৰা ওলাল
ஒத்த சொற்கள் : পৃথক হোৱা
பொருள் : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা
எடுத்துக்காட்டு :
তেওঁৰ ৰহস্য খুলিল
ஒத்த சொற்கள் : খোলা, ফাদিল হোৱা
பொருள் : এৰি দিয়া
எடுத்துக்காட்டு :
এই অঞ্চলৰ কুখ্যাত গুণ্ডাটো কালিহে জেলৰ পৰা ওলাল
ஒத்த சொற்கள் : মুক্ত হোৱা
பொருள் : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা
எடுத்துக்காட்டு :
বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল
ஒத்த சொற்கள் : গুচি যোৱা
பொருள் : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা
எடுத்துக்காட்டு :
গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়
பொருள் : উৎপন্ন হোৱা
எடுத்துக்காட்டு :
খেতিডৰাৰ খলি সমূহৰ পৰা নতুন নতুন উদ্ভিদ গজিছে
ஒத்த சொற்கள் : গজা
பொருள் : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা
எடுத்துக்காட்டு :
আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়
பொருள் : প্রচলিত হোৱা
எடுத்துக்காட்டு :
ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়
பொருள் : অনায়াসে উচ্চাৰিত হোৱা
எடுத்துக்காட்டு :
গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল
பொருள் : অন্য কোনোফালে বাঢ়ি থকা
எடுத்துக்காட்டு :
এই মেজখনৰ কোণাটো অলপ ওলাইছে
பொருள் : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা
எடுத்துக்காட்டு :
গংগা গংগোত্রীৰ পৰা ওলাইছে
ஒத்த சொற்கள் : নি্র্গত ্হোৱা
பொருள் : বাহিৰলৈ অহা
எடுத்துக்காட்டு :
সাপটো বিলৰ পৰা ওলাইছে
ஒத்த சொற்கள் : নির্গত হোৱা, বাহিৰলৈ অহা