பொருள் : উদ্যোগৰ অধিক উন্নত কৰা বা সঠিকভাৱে চলোৱাৰ বিদ্যা
எடுத்துக்காட்டு :
আই. আই. টিত ঔদ্যোগিক শিক্ষা দিয়া হয়
ஒத்த சொற்கள் : প্রাদ্যোগিক
பொருள் : যান্ত্রিক কলা-কৌশল বিষয়ক বা যন্ত্র প্রয়োগ সম্বন্ধীয়
எடுத்துக்காட்டு :
ৰাজ্যিক শিক্ষামন্ত্রীয়ে আমাৰ চহৰত এখন কাৰিকৰি প্রতিষ্ঠানৰ উন্মোচন কৰিলে
ஒத்த சொற்கள் : অভিযান্ত্রিক, কাৰিকৰি, প্রযুক্তিবিদ্যাগত, প্রায়োগিক
பொருள் : যি উদ্যোগৰ সৈতে সম্বন্ধিত
எடுத்துக்காட்டு :
প্রথম বিশ্বযুদ্ধৰ পিছত ইউৰোপত ঔদ্যোগিক বিপ্লৱ হয়
ஒத்த சொற்கள் : উদ্যোগ বিষয়ক
பொருள் : বৈজ্ঞানিক বা ব্যৱহাৰিক বিষয় যি বৈজ্ঞানিক সিদ্ধান্তৰ আধাৰত প্রতিষ্ঠিত অথবা তাৰে সৈতে সম্পর্কিত
எடுத்துக்காட்டு :
নেহৰুদেৱে ঔদ্যোগিক বিকাশ সাধনত অধিক গুৰুত্ব আৰোপ কৰিছিল
ஒத்த சொற்கள் : প্রাদ্যোগিক