பொருள் : কাজল বা কুলি চৰাইৰ দৰে ৰং
எடுத்துக்காட்டு :
ইমানখিনি শুনিয়েই সোহনৰ মুখ কʼলা পৰি গʼল
ஒத்த சொற்கள் : এঙাৰ বৰণীয়া, কʼলা বৰণীয়া, কʼলা ৰং, কʼলী, কৃষ্ণ, কৃষ্ণবর্ণ, শ্যাম, শ্যামবর্ণ, ্এঙাৰ বৰণীয়া
பொருள் : যিজন বগা বা শ্বেত বর্ণৰ নহয়
எடுத்துக்காட்டு :
ইংৰাজসকলে কʼলা মানুহৰ ওপৰত নি্র্মম অত্যাচাৰ কৰিছিল
ஒத்த சொற்கள் : কৃষ্ণাঙ্গ