பொருள் : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য
எடுத்துக்காட்டு :
মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে
ஒத்த சொற்கள் : কলম দিয়া
பொருள் : কটোৱাৰ কাম
எடுத்துக்காட்டு :
ঠিকাদাৰে বনুৱাবোৰৰ দ্বাৰা খেতিডৰা দোৱাৰ কাম কৰি আছে
ஒத்த சொற்கள் : দোৱা
பொருள் : কোনো ধাৰযুক্ত হাথিয়াৰৰ হেঁ্চাৰে কোনো বস্তুক টুকুৰা কৰা
எடுத்துக்காட்டு :
পাচলি কাটি আছে
பொருள் : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য
எடுத்துக்காட்டு :
মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে
ஒத்த சொற்கள் : কলম দিয়া
பொருள் : কোনো বস্তুক বিশেষ আকাৰত আনিবৰ কাৰণে কটা কার্য
எடுத்துக்காட்டு :
মালীয়ে মাজে-মাজে বাগিছাখনৰ গছপুলিবোৰ কাটে নাপিতে তেওঁৰ চুলি কাটিলে
பொருள் : কলমৰ ৰেখাৰে কোনো লিখনি বাতিল কৰা কার্য
எடுத்துக்காட்டு :
শিক্ষকে ভুল উত্তৰটো কাটিলে
பொருள் : কপাহ পকাই সূতা তৈয়াৰ কৰা কার্য
எடுத்துக்காட்டு :
মায়ে লগুণ বনাবলৈ সূতা কাটিছে
ஒத்த சொற்கள் : সূতা কটা
பொருள் : কোনো বস্তুৰ পৰা কোনো অংশ পৃথক কৰা
எடுத்துக்காட்டு :
গাণনিক বিষয়াজনে মোৰ বেতনৰ পৰা বিশ শতাংশ আয়কৰ কাটিলে
பொருள் : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : কলম দিয়া
பொருள் : কোনো এক ঠাইত এডাল ৰেখাই আন এডাল ৰেখাৰ ওপৰেৰে পাৰ হৈ আগুৱাই গুচি যোৱা
எடுத்துக்காட்டு :
জ্যামিতিৰ এই প্রশ্নটোত ভূমিৰেখাক এডাল লম্বৰেখাই সোঁমাজত কাটিছে