பொருள் : যিজন মানুহৰ এটা চকু বেয়া
எடுத்துக்காட்டு :
দোকানখনত দুজন কণা মানুহে পৰস্পৰৰ মাজত কাজিয়া কৰি আছিল
பொருள் : অত্যন্ত সৰু অংশ বা টুকুৰা
எடுத்துக்காட்டு :
ভগৱান প্রতিটো অণু-পৰমাণুতে ব্যাপি আছে
ஒத்த சொற்கள் : অণু, অণু-পৰমাণু, কণ