உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়
எடுத்துக்காட்டு : তেওঁৰ ্ মাতটো বৰ মিঠা
ஒத்த சொற்கள் : গলা, বোল, মাত, স্বৰ
பொருள் : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা
எடுத்துக்காட்டு : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল
ஒத்த சொற்கள் : লয়, সুৰ
பொருள் : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ
எடுத்துக்காட்டு : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল
ஒத்த சொற்கள் : গলা
பொருள் : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ
எடுத்துக்காட்டு : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়
ஒத்த சொற்கள் : গল, গলা
நிறுவு