பொருள் : প্রায়েই পাহৰি থকা ব্যক্তি
எடுத்துக்காட்டு :
ৰাম এটা ডাঙৰ কথা পাহৰা, সি সদায় কিবা নহয় কিবা পাহৰি যায়
ஒத்த சொற்கள் : কথা-পাহৰা
பொருள் : বৃদ্ধাৱস্থাৰ কাৰণে বুদ্ধিয়ে ভালদৰে কাম নকৰা
எடுத்துக்காட்டு :
কিছুমান লোকৰ বৃদ্ধাৱস্থাত স্মৃতিভ্ৰংশ হয়
ஒத்த சொற்கள் : স্মৃতিভ্ৰংশ হোৱা
பொருள் : যাৰ পাহৰি থকাটোৱেই স্বভাৱ
எடுத்துக்காட்டு :
প্ৰতিমাই সৰুকালৰ পৰাই কথা পাহৰা স্বভাৱ আছে