பொருள் : নেমু প্রজাতিৰ এবিধ সুগন্ধি, ৰসাল আৰু মিঠা সোৱাদযুক্ত ফল
எடுத்துக்காட்டு :
তেওঁ ্সদায় কমলাৰ ৰস খায়
ஒத்த சொற்கள் : কমলা টেঙা
பொருள் : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং
எடுத்துக்காட்டு :
চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে
ஒத்த சொற்கள் : কমলা ৰং, সুমথিৰা, সুমথিৰা ৰং
பொருள் : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ
எடுத்துக்காட்டு :
কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল
ஒத்த சொற்கள் : কমলা গছ, সুমথিৰা, সুমথিৰা গছ, সোণতৰা গছ