பொருள் : কোনো বস্তু আদি লুপ্ত হৈ অলপ থাকি যোৱা
எடுத்துக்காட்டு :
বৰষুণ নোহোৱাৰ ফলত নদীত পানী কমি আহিছে
ஒத்த சொற்கள் : তাকৰ হোৱা, ন্যূন হোৱা
பொருள் : কোনো বস্তু আকাৰ, সীমা বা প্রসাৰতা আদিত সৰু হৈ অহা
எடுத்துக்காட்டு :
তেওঁৰ ্উপার্জন কমি আহিছে
ஒத்த சொற்கள் : সংকুচিত হোৱা
பொருள் : যিটো কম হৈ আহিছে বা তললৈ গৈ আছে
எடுத்துக்காட்டு :
তেওঁলোকৰ মাজত কমি অহা আত্মীয়তা দেখি মই বিচলিত হʼলে
ஒத்த சொற்கள் : হ্রাস পোৱা