பொருள் : বিজুলী, খনিজ তেল, কয়লা আদিৰে বেলেগ বেলেগ সা-সৰঞ্জাম পৰিচালিত কৰা যতন বিশেষ
எடுத்துக்காட்டு :
ইঞ্জিনৰ বিজুতিৰ বাবে উৰাজাহাজখনে অৱতৰণ কৰিব লগা হʼল
ஒத்த சொற்கள் : ইঞ্জিন, চলন যন্ত্র, মেচিন, যন্ত্র
பொருள் : কোনো বিশেষ কাম কৰিবলৈ বা কোনো বস্তু বনাবলৈ ব্যৱহাৰ কৰা উপকৰণ
எடுத்துக்காட்டு :
আধুনিক যুগত নতুন নতুন যন্ত্রৰ সৃষ্টি হৈ আছে
ஒத்த சொற்கள் : মেচিন, যন্ত্র, যন্ত্র-পাতি