பொருள் : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
எடுத்துக்காட்டு :
প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
ஒத்த சொற்கள் : কাপ
பொருள் : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়
எடுத்துக்காட்டு :
ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে
ஒத்த சொற்கள் : লেখনি