பொருள் : পানী বা খাদ্যৰ বিষক্রিয়াৰ পৰা হʼব পৰা এবিধ মাৰাত্মক সংক্রামক ৰোগ, যʼত ৰোগীৰ অত্যধিক শৌচ-বমি হয়
எடுத்துக்காட்டு :
আগৰ দিনত হাইজাত বহুলোকৰ অকালতে মৃত্যু হৈছিল পুৰণি কালত কলেৰা হʼলে মানুহে গাঁও এৰি পলাইছিল, কিয়নো অধিকাংশ লোকেই এই মহামাৰীৰ চিকাৰ হৈছিল
ஒத்த சொற்கள் : আন্ত্রিক ৰোগ, জহনী, বিসূচিকা, ভেদ-বাঁতি, ভেদবমি, হাইজা