பொருள் : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা
எடுத்துக்காட்டு :
ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে
ஒத்த சொற்கள் : যাতনা দিয়া, শাস্তি দিয়া
பொருள் : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে
எடுத்துக்காட்டு :
অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে
ஒத்த சொற்கள் : দুখ দিয়া
பொருள் : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
எடுத்துக்காட்டு :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
ஒத்த சொற்கள் : উৎপীড়ন কৰা, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া