பொருள் : শুকান ৰূপত পোৱা এবিধ বাদামজাতীয় ফল!
எடுத்துக்காட்டு :
তেওঁ পুষ্টি লাভৰ কাৰণে সদায় কাজু, কিচমিচ আদি খায়
பொருள் : এবিধ চিৰসেউজ গছ যাৰ ফল.....
எடுத்துக்காட்டு :
এটা বান্দৰে কাজু গছৰ ডাল লৰাই আছে
ஒத்த சொற்கள் : কাজু গছ, কাজু বাদামৰ গছ