பொருள் : কোনো সঁজুলি আদিত যিডাল তাৰ বা কাটাই কোনো বিশেষ পৰিমাণ, সংখ্যা, দিশ আদি নির্দেশ কৰে
எடுத்துக்காட்டு :
এই ঘড়ীটোৰ ঘন্টাৰ কাটাডাল ৰৈ গʼল
பொருள் : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা
எடுத்துக்காட்டு :
কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে
ஒத்த சொற்கள் : কাঁটা
பொருள் : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়
எடுத்துக்காட்டு :
কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে
ஒத்த சொற்கள் : কাঁটা