பொருள் : মিহি বস্তু কটা বা খোঁচা যতন
எடுத்துக்காட்டு :
তেওঁ সাঁচ কটা যতনেৰে মার্বল ্পাথৰত ৰামৰ মূর্তি বনাই আছে
ஒத்த சொற்கள் : খোদাই কৰা যতন, ছাপ কটা যতন, সাঁচ কটা যতন
பொருள் : আৰবৰ এখন দেশ
எடுத்துக்காட்டு :
কাটাৰ এখন খনিজ তেল উৎপাদক দেশ
பொருள் : ইৰাণৰ নিচেই কাষত অৱস্থিত এখন উপদ্বীপ
எடுத்துக்காட்டு :
কাটাৰৰ মাটিকালি এঘাৰ হাজাৰ পাঁচশ বর্গ কিলোমিটাৰ