பொருள் : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
எடுத்துக்காட்டு :
প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
ஒத்த சொற்கள் : কলম
பொருள் : প্রতিযোগিতা আদিত বিজেতাক দিয়া পাত্রৰ আকাৰৰ ধাতুৰ নির্মিত বস্তু বিশেষ
எடுத்துக்காட்டு :
তেওঁ ্দৌৰ প্রতিযোগিতাত অংশগ্রহণ কৰি ্স্বর্ণ্্কাপ অর্জন কৰিলে
பொருள் : জয়লাভৰ উপলক্ষে দিয়া বস্তু বিশেষ
எடுத்துக்காட்டு :
এই কাপটো মই দৌৰ প্রতিযোগিতাত পাইছোঁ
ஒத்த சொற்கள் : ট্রফী