பொருள் : কাবুলৰ অধিবাসী
எடுத்துக்காட்டு :
ভালেমান কাবুলীয়ে মোৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে
பொருள் : কাবুলত জন্ম হোৱা
எடுத்துக்காட்டு :
কাবুলী বুট, মেৱা আদি ভাৰতলৈ আমদানি হয়
பொருள் : কাবুল বা কাবুল সম্বন্ধী
எடுத்துக்காட்டு :
তেওঁ এক কিলো কাবুলী বুট কিনিলে
பொருள் : কাবুলৰ বাসিন্দা
எடுத்துக்காட்டு :
কেইবাজনো কাবুলী লোকৰ লগত তেওঁৰ চিনা-পৰিচয় আছে