பொருள் : কাশ্মীৰ ৰাজ্যৰ নিবাসী
எடுத்துக்காட்டு :
আজিৰ প্রতিজন কাশ্মীৰীয়েই সন্ত্রাসবাদৰ আতংকময় পৰিৱেশত জীৱন নি্র্বাহ কৰি আছে
ஒத்த சொற்கள் : কাশ্মীৰ বাসী
பொருள் : কাশ্মীৰী ভাষাৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
তেওঁ ্কাশ্মীৰী সাহিত্যৰ অধ্যয়ন কৰি আছে
பொருள் : কাশ্মীৰত থকা বা বসতি কৰা
எடுத்துக்காட்டு :
কাশ্মীৰী জনতা সন্ত্রাসবাদীৰ সন্ত্রাসৰ দ্বাৰা পীড়িত হৈ আছে
பொருள் : যিটো কাশ্মীৰৰ সৈতে সম্পর্কযুক্ত বা কাশ্মীৰৰ
எடுத்துக்காட்டு :
তেওঁৰ মূৰত কাশ্মীৰী টুপি সুশোভিত আছিল