உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো বিশেষ স্থিতিৰে সোঁহাতে বা বাঁওহাতে থকা
எடுத்துக்காட்டு : শ্যাম মোৰ কাষতে বহিল
ஒத்த சொற்கள் : ওচৰ
பொருள் : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
எடுத்துக்காட்டு : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
ஒத்த சொற்கள் : আগ, মূৰ
பொருள் : কাষলতি আৰু ্কঁ্কালৰ মাজৰ যি অংশত কামি হাড় থাকে
எடுத்துக்காட்டு : সীমাই নিজৰ পতিৰ কাষত সাবটি ধৰিলে
ஒத்த சொற்கள் : পার্শ্ব
பொருள் : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
பொருள் : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
எடுத்துக்காட்டு : এই কাঁহীখনৰ কাণটো বৰ পাতল
ஒத்த சொற்கள் : কাণ, কিনাৰ, প্রান্তৰ, মূৰ
பொருள் : কোনো ঠাইৰ কাষৰ-পাজৰৰ ঠাই
எடுத்துக்காட்டு : তেওঁ ্ মোৰ ওচৰতে থাকে
ஒத்த சொற்கள் : ওচৰ, চুবুৰী, নিকট, পার্শ্ব, সন্নিকট, সমীপ
பொருள் : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
எடுத்துக்காட்டு : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
ஒத்த சொற்கள் : কিনাৰ, দাঁতি, পাৰ
பொருள் : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ
எடுத்துக்காட்டு : আপোনাৰ কোন ফালে যাবলগীয়া আছে
ஒத்த சொற்கள் : দিশ, পিন, ফাল
நிறுவு