பொருள் : যি প্রক্রিয়াত কোনোৱে নিজৰ হেৰোৱা শক্তি, যৌৱন আদি পুনৰাই লাভ কৰি লয়
எடுத்துக்காட்டு :
বৰষুণ হোৱাৰ লগে লগে শুকান মাটিয়ে কায়কল্প সাধন হয়
ஒத்த சொற்கள் : কায়-কল্প
பொருள் : ঔষধৰ দ্বাৰা বৃদ্ধ বা ৰুগ্ন শৰীৰক পুণৰ তৰুণ আৰু স্বাস্থ্যবান কৰা কার্য
எடுத்துக்காட்டு :
মদনমোহন মালবীয়জীয়ে নিজৰ কায়কল্প কৰাইছিল