பொருள் : স্থায়ী দাঁতৰ এক প্ৰকাৰ যি টান বস্তু টুকুৰা কৰাত সহায় কৰে
எடுத்துக்காட்டு :
কুকুৰ দাঁতেৰে বস্তুবোৰ ধৰিলৈ ফালি চিৰি টুকুৰা টুকুৰ কৰা হয়
பொருள் : এক প্ৰকাৰৰ দাঁত
எடுத்துக்காட்டு :
কৃন্তক দাঁত বস্তু ছিঙিবৰ কাৰণে থাকে
ஒத்த சொற்கள் : কৃন্তক, কৃন্তক দাঁত