பொருள் : অন্যান্য সৰু জীৱ-জন্তু ধৰা কুকুৰজাতীয় এবিধ বনৰীয়া হিংস্র জন্তু
எடுத்துக்காட்டு :
ভেৰাকেইটাই কুকুৰনেচীয়া বাঘটো দেখি ভয়তে লৰ দিলে
ஒத்த சொற்கள் : কুকুৰনেচীয়া বাঘ, চোকাটি, লকয়া
பொருள் : কুকুৰনেচীয়া বাঘৰ মাইকী
எடுத்துக்காட்டு :
মাইকী কুকুৰনেচীয়াজনীয়ে পোৱালিক গাখীৰ খুৱাই আছে
ஒத்த சொற்கள் : মাইকী কুকুৰনেচীয়া