பொருள் : পিছফালে বা সোঁ আৰু বাঁওফালে পৰা শিৰৰ দীঘল চুলি
எடுத்துக்காட்டு :
তেওঁৰ কেশগুচ্ছৰে আৱৰি ৰখা চেহেৰাটো মই ধৰিবই পৰা নাছিলোঁ
ஒத்த சொற்கள் : কেশগুচ্ছ, চুলিৰ কোছা, সতিনী চুলি
பொருள் : দীপকৰ চতুর্থ পুত্র হিচাপে গণ্য কৰা এক প্রকাৰৰ সম্পূর্ণ ্ৰাগ
எடுத்துக்காட்டு :
কুন্তল ৰাগ গ্রীষ্মঋতুৰ দুপৰীয়া সময়ত গোৱা হয়
ஒத்த சொற்கள் : কুন্তল ৰাগ