பொருள் : বিশেষকৈ কুলি, ময়ূৰ আৰু মুর্গী আদি পক্ষীয়ে মতা মধুৰ কুজন ধ্বনি
எடுத்துக்காட்டு :
বসন্ত ঋতু অহাৰ লগে লগে কুলিৰ কুহক শুনিবলৈ পোৱা যায়
பொருள் : কাৰোবাৰ অহিত চিন্তা কৰিবলৈ বা দেৱ-দেৱীৰ বাধা দূৰ কৰিবলৈ প্রয়োগ কৰা কোনো অলৌকিক শক্তি বা ভূত-প্রেত বিশ্বাস কৰি কৰা কাম
எடுத்துக்காட்டு :
আজিৰ বিজ্ঞানীয়ে যাদু-মন্ত্রৰ ওপৰত বিশ্বাক নকৰে
ஒத்த சொற்கள் : ইন্দ্রজালবিদ্যা, কুহকবিদ্যা, টাটক-নাটক, তন্ত্র-মন্ত্র, ভেলেকী, ভেলেকীবাজী, মায়া, যাদু, যাদু-মন্ত্র, যাদুবিদ্যা