பொருள் : নিজক কৰা উপকাৰ মানি লোৱা লোক
எடுத்துக்காட்டு :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
ஒத்த சொற்கள் : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, ধন্য, বাধিত
பொருள் : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
எடுத்துக்காட்டு :
আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
ஒத்த சொற்கள் : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, ধন্য, বাধিত
பொருள் : যি নিজৰ কাম হৈ যোৱাৰ বাবে প্রসন্ন আৰু সন্তুষ্ট হয়
எடுத்துக்காட்டு :
ভগৱানৰ কৃপাত এতিয়া মোৰ জীৱন কৃতার্থ হʼল
ஒத்த சொற்கள் : ধন্য