பொருள் : অতি ্অর্থলোভী ব্যক্তি
எடுத்துக்காட்டு :
আপুনি হিচাপত ইমান কৃপণালি কৰিলে আপোনাকো কৰাইচ ব্যক্তিৰ শাৰীত মানুহে ধৰিবলৈ লʼব
ஒத்த சொற்கள் : কৰাইচ
பொருள் : কৃপণালি কৰোতা ব্যক্তি
எடுத்துக்காட்டு :
ৰমেশ বহুত ডাঙৰ কৃপণ কৃপণৰ ধননো কি কামত আহে !
ஒத்த சொற்கள் : কৰাইচ
பொருள் : যিজন বেছি খৰচ নকৰে
எடுத்துக்காட்டு :
শেঠ ধনীৰাম কৃপণ লোক, তেওঁ এক ্ পইচাও খৰচ কৰিব নিবিচাৰে
பொருள் : যিজনে ধন ভোগ নকৰে, খৰচ নকৰে আৰু কাকো নিদিয়ে:ইমান ধনী হোৱা স্বত্বেও তেওঁ বৰ কৃপণ
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : কঞ্জুস, কটকিনা, কাঠ-কুঠাৰ, কুৱাং, কৰাইচ, গূ-পেৰেত, গূত চাউল ধোৱা, চিকটা কির্পিন, চিপা, চিপিৰা, জিকাজৰী, টানমুঠিয়া, বখিল, বজ্রবটালি, বান্ধকানি, বেতেৰি-চেপা, যখ, হাতে শুকোৱা