உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : শীতপ্রধান দেশত হোৱা এবিধ সুগন্ধি ফুলৰ ঠাৰি
எடுத்துக்காட்டு : মই কেশৰ দিয়া আইচক্রীম খাই বৰ ভাল পাওঁ
ஒத்த சொற்கள் : কুমকুম, কেশৰ, জাফৰান
பொருள் : উৎকৃষ্ট সুগন্ধিৰ কাৰণে প্রসিদ্ধ শীতপ্রধান দেশত হোৱা এবিধ গছ যাৰ সৰু-সৰু ঠাৰিৰ পৰা সুগন্ধি নি্র্গত হয়
எடுத்துக்காட்டு : কেসৰৰ পৰা পোৱা সুগন্ধি পদার্থৰ ব্যৱহাৰ ধর্ম ্কার্যটো কৰা হয়
ஒத்த சொற்கள் : কেশৰ
நிறுவு