பொருள் : তৰকাৰী বনাই খোৱা সেউজীয়া তিতা ফল লগা এবিধ লতা
எடுத்துக்காட்டு :
তেওঁ কেৰেলাৰ ওপৰত কীটনাশক দৰব চটিয়াই আছে
பொருள் : লতাত লগা কাঁইটীয়া গাৰে পাচলি ৰূপে ব্যৱহাৰ কৰা এবিধ ফল
எடுத்துக்காட்டு :
তেওঁ কেৰেলাৰ ভাজি খাই বৰ ভাল পায়
பொருள் : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত অৱস্থিত এখন ৰাজ্য
எடுத்துக்காட்டு :
কেৰেলাত ঐণম উৎসৱ বৰ উলহ-মালহেৰে উদযাপন কৰা হয়