பொருள் : কোনো বস্তুৰ ওপৰত পৰি থকা ধূলি আদি ্আঁতৰোৱাৰ কাৰণে বস্তুটো ওপৰলৈ উঠাই জোকাৰি দিয়া
எடுத்துக்காட்டு :
তেওঁ বিচনাখন কোবাই আছে
ஒத்த சொற்கள் : কোবাই থকা
பொருள் : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
எடுத்துக்காட்டு :
পুলিচে চোৰটোক লাঠিৰে মাৰিছে
ஒத்த சொற்கள் : ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা, মৰা