பொருள் : কোমল বা অদৃঢ় হোৱা অৱস্থা বা ভাৱ
எடுத்துக்காட்டு :
সহজতে ভাগি যোৱা বস্তুৱে নিজৰ অদৃঢ়তাৰ পৰিচয় দিয়ে
ஒத்த சொற்கள் : অদৃঢ়তা, অপৰিপক্কতা
பொருள் : কোমল হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
ফুলৰ কোমলতাই সকলোকে আকর্ষিত কৰে
பொருள் : সুকোমল বা মোলায়েম হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
ৰাম, লক্ষ্মণ আৰু সীতাৰ কোমলতা দেখি বনবাসীসকলৰ মনত দয়া উপজিল